WATCH | Assam Weather : শীতৰ মাজতে ৰাজ্যত প্ৰচণ্ড বৰষুণৰ আগজাননী
নিউজ ডেস্ক,২৩ফেব্ৰুৱাৰী : শীতৰ মাজতে ৰাজ্যত প্ৰচণ্ড বৰষুণৰ আগজাননী।
ৰাজ্যৰ ৯ জিলাত হ’ব পাৰে বৰষুণ আৰু বজ্ৰপাত(Assam Weather)।
২৪ ফেব্ৰুৱাৰীলৈকে জাৰি কৰা হৈছে বৰষুণৰ সম্ভাৱনা।
শীতৰ মাজতে ৰাজ্যত প্ৰচণ্ড বৰষুণৰ আগজাননী।
ধেমাজি, ডিব্ৰুগড়, মাজুলী তিনিচুকীয়াত বৰষুণৰ সম্ভাৱনা।
যোৰহাট, শিৱসাগৰ, চৰাইদেউতো সম্ভাৱনা জাৰি ।
হাইলাকান্দি, শ্রীভূমিতো হ’ব পাৰে বৰষুণ।
ৰাজ্যত আৰম্ভ নেৰানেপেৰা প্রচণ্ড ধুমুহা-বৰষুণ।
কোকৰাঝাৰ, বঙাইগাঁওত ধুমুহাৰ এলাৰ্ট।
কেইবাখনো জিলাত ২৪ ফেব্ৰুৱাৰী পৰ্যন্ত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা
বজ্রপাতৰ বাবেও জাৰি কৰা হৈছে এলার্ট।
বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট।
লগতে পঢ়ক :WATCH | Tragic accident in Doboka: তীব্ৰেবেগী ডাম্পাৰে মহতিয়াই নিলে ই-ৰিক্সাক