WATCH | Dergaon News: মন্দিৰ নিৰ্মাণত বাধা প্ৰদান কৰে মানচু খাউণ্ডৰ

দেৰগাঁও,২৩ফেব্ৰুৱাৰী : দেৰগাঁৱৰ শান্তিপুৰৰ ৰাজাবাহাত মন্দিৰ নিৰ্মাণত বাধা প্ৰদান কৰে মানচু খাউণ্ড নামৰ এজন লোকে।
শনিবাৰে দিন দুপৰতে মানচু খাউণ্ড নামৰ লোকজনে ৫ জন মান লোকক আনি মন্দিৰৰ নিৰ্মাণৰ কাম আধাতে ৰখাই দি মিস্ত্ৰী কেইজনক মৃত্যুৰ ভাবুকি প্ৰদান কৰে বুলি অভিযোগ প্ৰদান কৰে ।
লগতে শিৱ মন্দিৰৰ দুটা খুটা ভাঙি থৈ যায়। মানচু খাউণ্ড নামৰ লোকজনৰ এই কাৰ্য্যই দেৰগাঁও সমাজত এক প্ৰতিক্ৰিয়া সৃষ্টি কৰে । দিন দুপৰতে এনে কাৰ্য্য সকলোৱে একেমুখে গৰিহণা দিয়ে(Dergaon News)।
লগতে পঢ়ক:WATCH | Road Accident:ছিপাঝাৰৰ নাৰিকলিত পথ দুৰ্ঘটনা