WATCH | Road Accident:ছিপাঝাৰৰ নাৰিকলিত পথ দুৰ্ঘটনা
ছিপাঝাৰ,২৩ফেব্ৰুৱাৰী : ছিপাঝাৰৰ নাৰিকলিত পথ দুৰ্ঘটনা।
ট্ৰেক্টৰৰ ভুলৰ বাবে সংঘটিত দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন বাইক আৰোহী(Road Accident)।
ছিপাঝাৰ প্ৰাথমিক আৰু সামূহিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন ওদালগুৰিৰ দুজন লোক।
লগতে পঢ়ক:Telangana tunnel collapse: অব্যাহত আছে তেলেংগানাত সুৰংগত আবদ্ধ শ্ৰমিকক উদ্ধাৰ অভিযান