Local, Vocal, Global

WATCH | Nagaon News: ৰূপহীহাটত আৰক্ষীৰ আৰু সামৰিক বাহিনী দলৰ বৃহৎ টহল

নগাঁও,২৩ফেব্ৰুৱাৰী : ৰূপহীহাটত আৰক্ষীৰ আৰু সামৰিক বাহিনী দলৰ বৃহৎ টহল।

কংগ্ৰেছৰ সভাত বাধা প্ৰদানৰ বাবে আৰক্ষীৰ এই বৃহৎ দল উপস্থিত ৰূপহীহাটত(Nagaon News)।

প্ৰশাসনৰ অনুমতি অবিহনে হাতীপুখুৰীত কংগ্ৰেছৰ এক কৰ্মী সভাৰ আয়োজন কৰিব যিটো সভাৰ অনুমতি প্ৰদান কৰা নাই জিলা প্ৰশাসনে সভাত নাযাবলৈ মাইক যোগে জনাই দিয়ে প্ৰশাসনে।

অনুমতি অবিহনে কংগ্ৰেছে কৰ্মী সভা কৰিব বিচৰাত বাধা প্ৰদান কৰিব প্ৰশাসনে কংগ্ৰেছৰ সভাত বাধা প্ৰদানৰ ভাৱেই এই বৃহৎ আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী উপস্থিতি হয়।

আজিৰ পৰা চাৰিদিন পূৰ্বে অৰ্থাৎ বৃহস্পতিবাৰে সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰিছিল একাংশ দুৰ্বৃত্তই তাৰ পিছৰেই পৰা ৰূপহীহাটত আৰক্ষীয়ে গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সূচনা নহয় ৰূপহীহাটত।

লগতে পঢ়ক: WATCH | Jamugurihat Theft: ৰঙাপৰাত চুৰিকাণ্ড সংঘটিত কৰি সন্ত্ৰাস সৃষ্টি কৰা দুই গভাইত চোৰক আটক