WATCH | Tragic accident in Bilasipara: ট্ৰাকৰ খুন্দাত নিহত ছাত্ৰ
বিলাসীপাৰা,২৩ফেব্ৰুৱাৰী : পুনৰ বিলাসীপাৰাত পথ ভয়ংকৰ পথ দুৰ্ঘটনা।
বিলাসীপাৰাৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ সুৰ্যখাতাত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো ।
মিনি ট্ৰাক আৰু বাইকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত কলেজীয়া ছাত্ৰ(Tragic accident in Bilasipara)।
নিহত ছাত্ৰজন তন্ময় নাথ আৰু ইফালে আহত হয় ৰূপজ্যোতি নাথ নামৰ আন এজন কলেজীয়া ছাত্ৰ।
তন্ময় নাথৰ বিলাসীপাৰা কলেজৰ স্নাতক ষষ্ঠ ষান্মাষিকৰ ছাত্ৰ আছিল।
আহত যুৱকজনক উন্নত চিকিৎসাৰ বাবে চিকিৎসকে বঙাইগাঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
নিহত ছাত্ৰ তন্ময় নাথৰ ঘৰ সুৰ্যখাতাৰ বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক: WATCH | Drugs peddler arrested along with drugs: বিলাসীপাৰাত জব্দ বুজন পৰিমাণৰ হেৰ’ইন;আটক সৰবৰাহকাৰী