WATCH | Mangaldoi News: মঙলদৈত বহিঃৰাজ্যৰ মহিলা পকেট মাৰৰ ৰূপত
মঙলদৈ,২৩ফেব্ৰুৱাৰী : মঙলদৈত বহিঃৰাজ্যৰ মহিলা পকেট মাৰৰ ৰূপত।
মঙলদৈ ভেৱাৰঘাট বাছ আস্থানত বৃদ্ধ মহিলাৰ বেগৰ পৰা ২৬ হাজাৰ টকা লৈ পলাব খোজোঁতেই ৰাইজে হাতে লোটে ধৰে চাৰিগৰাকী মহিলাক।কোলাত কেঁচুৱা লৈ কৌশলেৰে বৃদ্ধ মহিলা গৰাকীৰ পৰা ধন চুৰি কৰিছিল মহিলা কেইগৰাকীয়ে(Mangaldoi News)।
অৱশেষত বাছ আস্থানত থকা স্থানীয় ৰাইজে হাতে লোটে চাৰি গৰাকী মহিলাক ধৰি মঙলদৈ আৰক্ষীক গতাই দিয়ে।
লগতে পঢ়ক:WATCH | Tragic road accident: অবৈধ বালি কঢ়িওৱা ট্ৰেক্টৰৰ খুন্দাত থিতাতে নিহত শিশু