Local, Vocal, Global

WATCH | Bus accident in Brazil:ব্ৰাজিলত ভয়ংকৰ বাছ দুৰ্ঘটনা

নিউজ ডেস্ক,২২ফেব্ৰুৱাৰী : ব্ৰাজিলত ভয়ংকৰ বাছ দুৰ্ঘটনা।

শিক্ষাৰ্থী কঢ়িয়াই নিয়া বাছ দুৰ্ঘটনাত পতিত( Bus accident in Brazil)।

বাছখনত আছিল এখন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী।

শোকাৱহ দুৰ্ঘটনাত বৰ্তমানলৈ ১২গৰাকী শিক্ষাৰ্থীৰ মৃত্যু।

দুৰ্ঘটনাত আহত ২০গৰাকীৰো অধিক শিক্ষাৰ্থী।

জানিব পৰা মতে, এখন ট্ৰাকৰ সৈতে সংঘৰ্ষত মৃত্যু হয় শিক্ষাৰ্থীসকলৰ।

লগতে পঢ়ক :Akhil Gogoi: ‘ৰকিবুল হুছেইনৰ ঘটনাৰে জড়িত গৃহ বিভাগ আৰু মুখ্যমন্ত্ৰী’ -অখিল গগৈ