Akhil Gogoi: ‘ৰকিবুল হুছেইনৰ ঘটনাৰে জড়িত গৃহ বিভাগ আৰু মুখ্যমন্ত্ৰী’ -অখিল গগৈ
নিউজ ডেস্ক,২২ফেব্ৰুৱাৰী : ‘ৰকিবুল হুছেইনৰ ঘটনাৰে জড়িত গৃহ বিভাগ আৰু মুখ্যমন্ত্ৰী’
‘শীঘ্ৰেই নিলম্বন কৰক নগাঁও জিলাৰ SP আৰু ৰূপহীহাটৰ OCক’
বিস্ফোৰক অভিযোগ বিধায়ক অখিল গগৈৰ(Akhil Gogoi)
লগতে পঢ়ক :WATCH | Congress party protests in Dhemaji : ধেমাজিত কংগ্ৰেছ দলৰ প্ৰতিবাদী কাৰ্যসূচী