Local, Vocal, Global

WATCH | Congress party protests in Dhemaji : ধেমাজিত কংগ্ৰেছ দলৰ প্ৰতিবাদী কাৰ্যসূচী

ধেমাজি,২২ফেব্ৰুৱাৰী : কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা তথা ধুবুৰীৰ সাংসদ ৰকিবুল হুচেইনক আক্ৰমণ কৰা লৈ ৰাজ্য বিভিন্ন ঠাইত কংগ্ৰেছ দলে প্ৰতিবাদ সাব্যস্ত কৰা সমান্তৰাল ভাৱে আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধেমাজি জিলা কংগ্ৰেছৰ প্ৰতিবাদ কৰে(Congress party protests in Dhemaji)।

সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা দলটোক গ্ৰপ্তাৰ কৰি শাস্তি প্ৰদান কৰিবলৈ দাবী।

লগতে পঢ়ক :WATCH | Congress party protests in Sonari: সোণাৰিত কংগ্ৰেছ দলৰ প্ৰতিবাদী কাৰ্যসূচী