HS Exam 2025: নকল কৰি বহিষ্কৃত ৩ পৰীক্ষাৰ্থী

নিউজ ডেস্ক,১৮ফেব্ৰুৱাৰী : নকল কৰি বহিষ্কৃত ৩ পৰীক্ষাৰ্থী
নিলম্বিত হ’ল পৰীক্ষা কেন্দ্ৰৰ দায়িত্বত থকা নিৰীক্ষকো(HS Exam 2025)
নিলম্বিত নিৰীক্ষকগৰাকী হেমাংগ শৰ্মা
তামুলপুৰৰ HSৰ পৰীক্ষা কেন্দ্ৰত ঘটিছিল নকলৰ পয়োভৰ
মোবাইল চাই পৰীক্ষা অৱতীৰ্ণ হৈছিল একাংশ পৰীক্ষাৰ্থী
লগতে পঢ়ক:HSLC Exam 2025 : হাইস্কুল শিক্ষান্ত পৰীক্ষাত নকলৰ পয়োভৰ