Local, Vocal, Global

Dead body found : গুৱাহাটীত আৰক্ষী কনিষ্টবল মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক,১৭ফেব্ৰুৱাৰী : গুৱাহাটীত আৰক্ষী কনিষ্টবল মৃতদেহ উদ্ধাৰ।

উদ্ধাৰ হোৱা মৃতদেহটো ৰাজু মাহাতোৰ।

গড়চুক আৰক্ষীত কৰ্মৰত আছিল ৰাজু মাহাতোৰ(Dead body found)।

লখৰা উৰণসেতুৰ তলত উদ্ধাৰ হৈছে কনিষ্টবল ৰাজু মাহাতোৰ নিথৰ দেহ।

এতিয়াও ৰহস্য আৱৰ্তত মৃত্যু কাৰণ।

আৰক্ষীৰ অনুসন্ধানৰ পাছতহে পোহৰলৈ আহিব মৃত্যুৰ প্ৰকৃত কাৰণ।

লগতে পঢ়ক:Amritsar airport: আমেৰিকাৰ পৰা বিতাড়িত ১১২ জন ভাৰতীয় অমৃতসৰ বিমানবন্দৰত অৱতৰণ