Himanta Biswa Sarma:৫০ হাজাৰ যুৱক যুৱতীক দেশৰ বাহিৰত চাকৰি পোৱাৰ সুবিধা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
নিউজ ডেস্ক,১৬ ফেব্ৰুৱাৰী : অসম যুৱক-যুৱতী সকল সাজু হোৱা। মাহেকত ৩ লাখ টকাৰ চাকৰিৰ কাৰণে।
অসমত চাকৰি কৰি নো কিমান টকা পাই আছে। তাতকৈ তিনিগুন দৰমহা পাব। কেৱল সাজু হৈ লোৱা। ৫০ হাজাৰ যুৱক যুৱতীক দেশৰ বাহিৰত চাকৰি পোৱাৰ সুবিধা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জাপান,ছিংগাপুৰত কৰিব পাৰিব চাকৰি। আৰু দৰমহা হব মাহেকত তিনি লাখকৈ টকা। ইটিমধ্যে অসমৰ পৰা কেইবাগৰাকী যুৱতী ছিংগাপুৰত চাকৰি কৰি আছে ।
যদিহে আপোনালোকৰ জাপান,ছিংগাপুৰত চাকৰি কৰিব মন আছে তেন্তে আপোনালোকে শিকিব লাগিব জাপান ছিংগাপুৰৰ ভাষা। ইয়াৰ বাবে যাব নালাগে জাপাম বা ছিংগাপুৰত। অসমতে জাপানীজ ভাষা শিকিব পাৰিব। কিন্তু কেনেকৈ(Himanta Biswa Sarma)।
লগতে পঢ়ক:North Guwahati News:উত্তৰ গুৱাহাটী ফুলুং চাপৰিত সমূহীয়া সৰিয়হ তোলা পৰ্ব