Local, Vocal, Global

Jalukbari Protest:জালুকবাৰী গোটানগৰত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

নিউজ ডেস্ক,১৫ফেব্ৰুৱাৰী : জালুকবাৰী গোটানগৰত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী।

ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ স্থানীয় ৰাইজৰ(Jalukbari Protest)।

শুকুৰবাৰে স্কুল বাছৰ খুন্দাত প্ৰাণ গৈছিল প্ৰফুল্ল দাস নামৰ এজন ব্যক্তিৰ লগতে আহত হৈছিল ৩গৰাকীকৈ ছাত্ৰীৰ।

লগতে পঢ়ক :Road accident: বুলেট বাহনত প্ৰচণ্ড খুন্দা পানী ট্ৰেংকাৰৰ