Road accident :বিশ্বনাথৰ দৈনিক বজাৰৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা।

বিশ্বনাথ,১৩ফেব্ৰুৱাৰী : বিশ্বনাথৰ দৈনিক বজাৰৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা। তেজপুৰ ভোমোৰা-গুৰী দলঙৰ ওপৰত সংঘটিত হয় এই দুৰ্ঘটনাটো।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় আদিত্য কুমাৰ ৰয় নামৰ যুৱকজন(Road accident)।
এই দুৰ্ঘটনাৰ ফলত সম্পূৰ্ণ ভস্মীভূত হয় যুৱকজনে চলোৱা মটৰচাইকেলখন।
কথমপি প্ৰাণ ৰক্ষা পৰে যদিও যুৱকজনক বৰ্তমান সংকটমুক্ত বুলি কব নোৱাৰি।
বৰ্তমান যুৱকজনক তেজপুৰ চিকিৎসালয়ত লৈ যোৱা হৈছে চিকিৎসাৰ বাবে।
লগতে পঢ়ক:Huge amount Foreign Cigarettes seized: ক্ষেত্ৰীত জব্দ বৃহৎ পৰিমাণৰ চিগাৰেট