Local, Vocal, Global

Huge amount Foreign Cigarettes seized: ক্ষেত্ৰীত জব্দ বৃহৎ পৰিমাণৰ চিগাৰেট

সোণাপুৰ,১৩ফেব্ৰুৱাৰী : ক্ষেত্ৰীত জব্দ বৃহৎ পৰিমাণৰ চিগাৰেট ।

ক্ষেত্ৰী আৰক্ষীৰ তালাচীত বিদেশী ব্ৰেণ্ডৰ ১৫ হেজাৰ পেকেট চিগাৰেট জব্দ ।

শিলচৰৰ পৰা MZO6/7550 নম্বৰৰ এখন ক্ৰেটা বাহনত দুজন লোকে সৰৱৰাহ কৰি আনিছিল জব্দকৃত চিগাৰেটৰ পেকেট সমূহ(Huge amount Foreign Cigarettes seized)।

ৰুবুল হুছেইন বৰভূঞা আৰু চাহাবুদ্দিন লস্কৰ নামৰ চিগাৰেট সৰৱৰাহ কৰা দুই যুৱকক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে ক্ষেত্ৰী আৰক্ষীয়ে।

বিদেশী বেণ্ড ব্যৱহাৰ কৰি এনেদৰে এটা চক্ৰই অবৈধ ভাবে চিগাৰেট সৰৱৰাহ কৰি ৰমৰমীয়া ব্যৱসায় চলাই আহিছে দীৰ্ঘদিনৰ পৰা ।

আৰক্ষীৰ তদন্তত পোহৰলৈ অহাৰ সম্ভৱনা আছে এই অবৈধ কাৰ্যত আৰু কোন কোন জড়িত আছে।

লগতে পঢ়ক:Scam unveiled : চাকৰি পায়েই স্বামীক এৰিলে পত্নীয়ে!