Missing student in Silapathar:চিলাপথাৰত নিৰুদ্দেশ অষ্টম শ্ৰেণীৰ ছাত্ৰী
ধেমাজি,১৩ফেব্ৰুৱাৰী : চিলাপথাৰত নিৰুদ্দেশ অষ্টম শ্ৰেণীৰ ছাত্ৰী ।
৮ ফেব্ৰুৱাৰীৰ পৰা সন্ধানহীন অষ্টম শ্ৰেণীৰ ছাত্ৰী ।
সন্ধানহীন ছাত্ৰীগৰাকী মৌচুমী লাহন (Missing student in Silapathar)
সন্ধানহীন ছাত্ৰীগৰাকী মাজগাঁৱৰ দেৱজিত লাহন, পূৰৱী লাহনৰ কন্যা মৌচুমী ।
ঘটনা সন্দৰ্ভত চিলাপথাৰ থানাত গোচৰ ৰুজু পিতৃ-মাতৃৰ ।
কোনো লোকে ছাত্ৰীগৰাকীৰ সম্ভেদ পালে ৯৩৯৫৬০৫৬৬০ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান ।
লগতে পঢ়ক :Chapar News: দ্বিতীয় বৈকুণ্ঠত পৰিণত হৈছে চাপৰৰ আৰেয়াৰঝাৰৰ