Local, Vocal, Global

Heavy Storm in Assam :ৰাজ্যৰ ভিন্ন প্ৰান্তত ভয়ংকৰ ধুমুহা, বৰষুণ

চৰাইদেউ,১৩ফেব্ৰুৱাৰী : ৰাজ্যৰ ভিন্ন প্ৰান্তত ভয়ংকৰ ধুমুহা, বৰষুণ। ধুমুহা, বৰষুণৰ লগতে শিলাবৃষ্টিয়ে ভাঙিলে কেইবাটাও পৰিয়ালৰ বাসগৃহ। প্ৰকৃতিৰ তাণ্ডৱৰ পিছতে এতিয়া গৃহহীন হৈ পৰিছে পৰিয়ালসমূহ।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ চৰাইদেউ ধুমুহাত বিস্তৰ ক্ষতি সাধন(Heavy Storm in Assam)।

আজি পুৱতি নিশা অহা ধুমুহা বৰষুণৰ ফলত চৰাইদেউ জিলাৰ বিভিন্ন ঠাইত বিস্তৰ ক্ষতি সাধন হয়। জিলাৰ চেপন – চুণপোৰা পথা ম’খুটি আলিত এজোপা প্ৰকাণ্ড আম গছ উভালি পৰি পথ যোগাযোগ বন্ধ ৷ ইয়াৰ উপৰিও ঠায়ে ঠয়ে গছৰ ডাল, বিদ্যুতৰ খুটা আদি ভঙি পৰিছে ৷ অৱশ্যে ধুমুহা জাকৰ ফলত কোনো লোকৰ প্ৰাণ হানি হোৱাৰ বাতৰি পোৱা হোৱা নাই।

লগতে পঢ়ক:Nalbari News:অসমৰ এখন জিলাত আছে অসমীয়াৰ স্বাভিমান গামোচাৰ বিক্ৰী কৰাৰ পৰম্পৰা!