Nagarbera News: বৰপেটা চৰ-চাপৰিৰ খেতি পথাৰত শ শ পৰিভ্ৰমী চৰাই
নগৰবেৰা,১৩ফেব্ৰুৱাৰী : দক্ষিণ বৰপেটা চৰ-চাপৰিৰ খেতি পথাৰ সমূহত দেখা গৈছে শ শ পৰিভ্ৰমী চৰাই। প্ৰতি বছৰৰ জানুৱাৰী মাহৰ পৰা মাৰ্চ মাহ পৰ্যন্ত এই পৰিভ্ৰমী চৰাইসমূহ খেতি পথাৰত দেখা যায়। খাদ্যৰ বাবেই চৰ-চাপৰিৰ খেতি পথাৰত এনে শ শ চৰাই বিচৰণ কৰে। এনে শ শ চৰাইৰ কলৰৱ আৰু নান্দনিক দৃশ্যই মোহিত কৰে অঞ্চলবাসীক(Nagarbera News)।
চৰ-চাপৰি অঞ্চলৰ খেতি পথাৰত খাদ্যৰ সন্ধানত অহা চৰাই সমূহৰ ক্ষতিসাধন নকৰিবলৈ আহ্বান জনাইছ প্ৰকৃতিপ্ৰেমী লোকে।
লগতে পঢ়ক:Woman missing in Baksa: মুছলপুৰত ১১ দিন ধৰি সন্ধানহীন মহিলা