Jamiat President Mustaq Anfar not well:গুৰুতৰভাৱে অসুস্থ জমিয়তৰ সভাপতি মুস্তাক আনফৰ

নিউজ ডেস্ক,১৩ফেব্ৰুৱাৰী : গুৰুতৰভাৱে অসুস্থ জমিয়তৰ সভাপতি মুস্তাক আনফৰ
মুম্বাইৰ পৰা ডুবাইত অৱতৰণৰ পিছতে অসুস্থতা(Jamiat President Mustaq Anfar not well)
কেইদিনমান পূৰ্বে অসমলৈ আহিছিল আনফৰে
শ্বাস-প্ৰশ্বাসজনিত ৰোগত চিকিৎসাধীন আনফৰ
UAEৰ ব্যক্তিগত হাস্পতালত চিকিৎসাধীন আনফৰ
লগতে পঢ়ক:Higher Secondary Final Examination:আজিৰে পৰা আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা