Drug peddler: কামৰূপৰ বংশৰত ড্ৰাগছ ব্যৱসায়ীক উত্তম মাধ্যম ৰাইজৰ

নিউজ ডেস্ক,১০ফেব্ৰুৱাৰী : কামৰূপৰ বংশৰত ড্ৰাগছ ব্যৱসায়ীক উত্তম মাধ্যম ৰাইজৰ।
ড্ৰাগছ বিক্ৰী কৰিবলৈ আহি ৰাইজৰ হাতত আটক ড্ৰাগছ ব্যৱসায়ী(Drug peddler)।
আটক ড্ৰাগছ ব্যৱসায়ী দুজন দামপুৰৰ ৰিতুল আলী আৰু কলু।
ব্যৱসায়ী দুজনৰ পৰা ৰাইজে AS-25J8019 নম্বৰৰ গ্লেমাৰ আৰু AS-01DK9804 নম্বৰৰ ৰয়েল এনফিল্ড বাইক দুখন জব্দ কৰে।
ইতিমধ্যে দুয়োগৰাকী ড্ৰাগছ ব্যৱসায়ীৰ লগতে বাইক দুখন গটাই দিয়ে শুৱালকুছি আৰক্ষীক।
লগতে পঢ়ক :Nalbari News: নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ