Maharashtra police raid in Kamrup: কামৰূপৰ ডিমু-ডোৱকত মহাৰাষ্ট্ৰ আৰক্ষীৰ অভিযান
১০ ফেব্ৰুৱাৰী ২০২৫, ৱেবডেস্ক:চাইবাৰ অপৰাধত অভিযুক্ত ডোৱকৰ যুৱক মুকুল আহমেদক ডোৱক আৰক্ষী চকীত সোধ-পোচ মহাৰাষ্ট্ৰ আৰক্ষীৰ । ৰহস্যজনক ভাৱে তিনি কৌটি টকাতকৈ অধিক ধন সোমাইছিল মুকুল আহমেদৰ একাউণ্টত । তিনি কৌটি টকাতকৈ অধিক ধন সোমাৱাৰ বাবে ,কৰ পৰা কেনেকৈ ইমান টকা একাউণ্টত সোমাইছিল । সেই বিষয়ত ডিমু-ডোৱক আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে সোধ-পোচৰ অন্তত ঘৰলৈ যাব দিয়ে অভিযুক্ত মুকুল আহমেদক । এই ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে চাঞ্চল্যৰ ।