Local, Vocal, Global

Ali Ai Ligang : আলি আ:য়ে লৃগাং সন্দৰ্ভত মিচিং বাঃনৌঃ কৌবাংৰ গোগামুখত সংবাদ মেল

ধেমাজি,৯ফেব্ৰুৱাৰী : আলি আ:য়ে লৃগাং সন্দৰ্ভত মিচিং বাঃনৌঃ কৌবাংৰ গোগামুখত সংবাদ মেল।

মাটিৰ পৰা মঞ্চলৈ আলি আ:য়ে লৃগাং যোৱাক লৈ আক্ষেপ প্ৰকাশ মিচিং বা:নৌ কৌবাংৰ সভাপতি পৰমানন্দ চায়েঙ্গীয়াৰ।

“আলি আ:য়ে লৃগাং কোনো উৎসৱ নহয়।-আলি আ:য়ে লৃগাং এক পৰম্পৰা পৰ্বিত্ত ধাৰ্মিক অনুষ্ঠান”

ৰাজনৈতিক দল কিম্বা সংগঠনে মিচিং বানৌ কৌবাঙে আয়োজন কৰা সন্দৰ্ভত আলি আ:য়ে লৃগাঙৰ সংশোধিত নিয়মাৱলী মতেহে পালন কৰিব লাগিব।

আলি আ:য়ে লৃগাঙৰ আগৰ দেওবাৰ দিনটোৰ পৰা ৫ দিন পৰ্যন্ত শুকান মাছ বা মাংসহে ভক্ষণ কৰিব পাৰিব(Ali Ai Ligang)।

লৃগাঙৰ নামত অনুষ্ঠিত কৰিব নোৱাৰিব সাংস্কৃতিক সন্ধিয়া।

কোনো ৰাজনৈতিক দলৰ বেনাৰত অনুষ্ঠিত কৰিব নোৱাৰিব আলি আ:য়ে লৃগাং।

আলি আ:য়ে লৃগাং সন্দৰ্ভত কেইবাটাও মন্তব্য কৰিলে পৰমানন্দ চায়েঙ্গীয়া।

লগতে পঢ়ক :Dhemaji News: সোনোৱাল কছাৰী সাহিত্য সভাৰ আজি অন্তিম দিন