Local, Vocal, Global

Tragic road accident: বাইক আৰু স্কুটিৰ মাজত সংঘৰ্ষ;নিহত এজন

লামডিং,৯ফেব্ৰুৱাৰী : লামডিঙত নিশা শোকাৱহ পথ দুৰ্ঘটনা ৷

উত্তৰ লামডিং তিনিআলি সমীপৰ PWD কাৰ্যালয়ৰ সমীপতে সংঘটিত হয় দুৰ্ঘটনাটো(Tragic road accident) ৷

এখন বাইক আৰু AS 31 E 1239 নম্বৰৰ এখন টিভিএছ স্কুটিৰ মাজত সংঘৰ্ষ৷

সংঘৰ্ষত থিতাতে নিহত বাইক আৰোহী(Tragic road accident in Lumding)।

নিহত যুৱকজন লামডিং ঝুলনপুলৰ নিৱাসী পাপাই দাস বুলি জানিব পৰা গৈছে ৷

দুৰ্ঘটনাটোৱে সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে ৷

লগতে পঢ়ক :Sonapur News:চাহ জনগোষ্ঠীক তুচ্ছ তাচ্ছিল্য কৰি ৰোষত পৰিল সোণাপুৰৰ লোক