Local, Vocal, Global

Assamese Actress Shyamontika Sharma: অভিনেত্ৰী শ্যামন্তিকা শৰ্মা বিবাহপাশত আবদ্ধ হ’ব

নিউজ ডেস্ক,৬ফেব্ৰুৱাৰী : অসমীয়া চিনেমাৰ জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মা বিবাহপাশত আবদ্ধ হ’ব।

বুধবাৰে কাজিৰঙাৰ বৰগছ ৰিজোৰ্টত সম্পন্ন হয় শ্যামন্তিকাৰ বিবাহৰ মেহেন্দী অনুষ্ঠান।

প্ৰয়াত চিনেমা পৰিচালক মুনিন বৰুৱাৰ পুত্ৰ মানস বৰুৱা (ৰিজু)ৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব শ্যামন্তিকা শৰ্মা(Assamese Actress Shyamontika Sharma)।

শ্যামন্তিকা শৰ্মাৰ বিয়াখনক লৈ ইতিমধ্যে ছ’চিয়েল মিডিয়াত চৰ্চা আৰম্ভ হৈছে।

শ্যামন্তিকাই মেহেন্দী অনুষ্ঠানৰ ফটো শ্বেয়াৰ কৰি শুভাশিস বিচাৰিছে শুভাকাংক্ষীৰ।

লগতে পঢ়ক :Abhayapuri school:গুণোৎসৱৰ সময়ত পোহৰলৈ আহিছে শিক্ষাখণ্ডৰ অনগ্ৰসৰতাৰ এখন জীয়া ছবি