Local, Vocal, Global

ED raid in Jorhat: যোৰহাটত আবকাৰী বিভাগৰ অভিযান

যোৰহাট,৪ফেব্ৰুৱাৰী : যোৰহাটত এনফৰ্ছমেন্ট ডাইৰেক্টৰেটৰ অভিযান ।

মঙলবাৰে পুৱাৰে পৰা বিজেপি নেতা মনোজ হাজৰিকাৰ বাসগৃহত ই ডিৰ এটা দলে চলাই আছে অভিযান(ED raid in Jorhat)।

বিগত বৰ্ষত অৰুণাচলী সুৰা সৰৱৰাহৰ গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মনোজ হাজৰিকাক ।

আৰক্ষীয়ে সেই সময়টো অভিযান চলাইছিল মনোজৰ বাসগৃহত।

লগতে পঢ়ক :Jihadi Arrest:কোকৰাঝাৰত গ্রেপ্তাৰ জেহাদী