Local, Vocal, Global

In a first, Book Fair to be held in Kaliabor: প্ৰথমবাৰৰ বাবে কলিয়াবৰত অনুষ্ঠিত হ’ব কলিয়াবৰ গ্ৰন্থমেলা

কলিয়াবৰ,৪ফেব্ৰুৱাৰী : গ্ৰন্থপ্ৰেমীৰ বাবে এটা ভাল খবৰ।

প্ৰথমবাৰৰ বাবে কলিয়াবৰত অনুষ্ঠিত হ’ব কলিয়াবৰ গ্ৰন্থমেলা।

গ্ৰন্থৰ সুবাসেৰে সুবাসিত হ’ব কলিয়াবৰ(In a first, Book Fair to be held in Kaliabor)।

প্ৰজন্মৰ উদ‍্যোগত কলিয়াবৰীয়া ৰাইজৰ সহযোগত ১১ ফেব্ৰুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ অনুস্থিত হ’বলগীয়া গ্ৰন্থমেলাৰ আজি লাইখুঁটা স্থাপন কুঁৱৰীটোল গান্ধী খেল পথাৰ প্ৰাসংগনত।

কলিয়াবৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা গ্ৰন্থমেলা সমিতিৰ সভাপতি নবীন বৰঠাকুৰে বন্তি প্ৰজ্বলনেৰে ৰাইজে হৰি ধ্বনিৰে লাইখুটা স্থাপন কৰে।

সকলোৰে আশা কলিয়াবৰত সৰ্বাংগ সুন্দৰ এখন গ্ৰন্থমেলা অনুষ্ঠিত হব।

লগতে পঢ়ক:ED raid in Dibrugarh:ডিব্ৰুগড়ত EDৰ অভিযান