Road accident in Lumding: লামডিঙত দুৰ্ঘটনাত পতিত টিনপাত কঢ়িয়াই অনা ট্ৰাক
লামডিং,৩ফেব্ৰুৱাৰী : লামডিংত 27 নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত এখন ট্ৰাক।
দুৰ্ঘটনাত পতিত হৈছে AS -01LC-5354 নম্বৰৰ টিনপাত কঢ়িয়াই অনা ট্ৰাক(Road accident in Lumding)।
দুৰ্ঘটনাত আহত হৈছে চালক কুণ্ডন কুমাৰ।
বৰ্তমান আহত চালক কুণ্ডন কুমাৰক ভৰ্তি কৰোৱা হৈছে লামডিং চিকিৎসালয়ত।
লগতে পঢ়ক:Singer Bina Bhagawati passes away: প্ৰবীণ কণ্ঠশিল্পী বীণা ভাগৱতীৰ দেহাৱসান