Local, Vocal, Global

Jagiroad accident:জাগীৰোডত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

৩ ফেব্ৰুৱাৰী ২০২৫,জাগীৰোড :দুৰ্ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা জাগীৰোডত ৷এখন আৰক্ষীৰ বাহনে মটৰচাইকেল আৰোহীক খুন্দিওৱাৰ অভিযোগ ৷ 7582 নম্বৰৰ গাড়ীখনে খুন্দিওৱাৰ অভিযোগ স্থানীয় লোকৰ ৷ মটৰচাইকেলৰ নম্বৰ AS-01ES-1093 ৷ সংকটজনক অৱস্থাত লোকজনক GMCH লৈ প্ৰেৰণ ৷ জানিব পৰামতে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত লোকজন জাগীৰোডৰ সমীপৱৰ্তী ১ নং বঙালবড়ীৰ অংকুৰ দেউৰী ৷ প্ৰায় ৪৫ বছৰীয়া অংকুৰ দেউৰী ৰেল বিভাগৰ কৰ্মচাৰী ৷