Local, Vocal, Global

Horoscope today: জানি লওক আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল


৩ ফেব্ৰুৱাৰী ২০২৫,বেৱডস্ক : জানি লওক আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল…

মেষঃ পাৰিবাৰিক দিশত সন্মান বৃদ্ধি। কোনোবাই প্ৰতাৰণা কৰিব পাৰে৷ ভ্ৰমণত অর্থ লাভা ব্যৱসায়-বাণিজ্যত বাধা থাকিব। আর্থিক দিশত দিনটোত তেনেকুৱা ভাল ফল নাপাব৷ ঠিকাদাৰী ব্যৱসায়ত উন্নতিৰ যোগ। বিদ্যার্থীৰ বাহিৰলৈ যোৱাৰ যোগ দেখা যায়।

বৃষঃ কর্মক্ষেত্রত সন্মান বৃদ্ধিৰ যোগ৷ মনৰ গোপন কথা আনৰ আগত প্ৰকাশ কৰিলে ক্ষতি হ’ব পাৰে, নিজৰ ভুলত বিপদত পৰিব পাৰো আর্থিক ক্ষেত্ৰত শুভ যদিও অধিক ব্যয় বৃদ্ধিৰ ফলত মানসিক উদ্বেগ বৃদ্ধি পাবা ভ্ৰমণৰ যোগ দেখা যায়৷ প্রেমত শুভ ফলদায়ক ।

মিথুনঃ কর্মক্ষেত্রত বাধা থাকিবা কিবা বিষয় লৈ পিতৃ-মাতৃৰ লগত মতবিৰোধ দেখা দিব পাৰে৷ পৰিকল্পিত ব্যৱসায়ৰ ক্ষেত্ৰত বাধা থাকিব৷ মানসিক চঞ্চলতাৰ কাৰণে বিদ্যাৰ্থীৰ ক্ষতি৷ চাকৰিৰ ক্ষেত্ৰত সহকর্মীৰ লগত মতান্তৰ দেখা দিব পাৰে৷

কর্কট: চাকৰিত সন্মান প্ৰাপ্তিৰ যোগ৷ মনৰ আশা ভংগ হ’ব পাৰে। প্ৰাপ্য ধন প্রাপ্তিৰ যোগ আছে৷ ঘৰত মাংগলিক অনুষ্ঠানৰ সম্ভাৱনাই দেখা দিব পাৰো পুলিচি জামেলা, মামলা, মকৰ্দমা আদিৰ যোগ দেখা যায়৷ গতিকে সতর্কতা অৱলম্বন কৰিব। ব্যৱসায়ত মধ্যম। বিদ্যার্থীৰ উন্নতিৰ যোগ ।

সিংহঃ অযথা বিবাদৰ ফলত দৈনন্দিন কৰ্মত ক্ষতি৷ মনৰ অৱস্থা বিশেষ ভালেৰে নাযাব। বিভিন্ন প্রতিকূল পৰিস্থিতিত বন্ধুৰ সহায় আশা কৰিব পাৰে৷ সম্পদ প্ৰাপ্তিৰ যোগ৷ অসমাপ্ত কাম শেষ কৰি মনত আনন্দ অনুভৱ কৰিব৷ ব্যৱসায়ত পৰিধি বিস্তাৰ৷ প্ৰেমত মধ্যমা ।

কন্যাঃ কর্মক্ষেত্রত বিভাজন-পৰিৱৰ্তন যোগ দেখা যায়৷ পুৰণি কামৰ সমাপ্তি আশা কৰিব পাৰো দৈনন্দিন কৰ্মত খেলিমেলি দেখা দিব পাৰে৷ উচ্চ বিদ্যার্থীৰ মানসিক চাপ বৃদ্ধি পাব। উগ্র মেজাজৰ কাৰণে আর্থিক ক্ষতি হ’ব পাৰো প্ৰেমত অশান্তি বৃদ্ধি।

তুলাঃ কৰ্মত অস্থিৰতাই দেখা দিব পাৰে৷ আত্মীয়ৰ লগত মতান্তৰ হ’ব পাৰে৷ অযথা চিন্তা বৃদ্ধিা প্রাপ্য অর্থ প্রাপ্তিৰ যোগ। অধিক খঙৰ কাৰণে একাধিক সুযোগে হাত এৰা দিব পাৰে। বন্ধুৰ দ্বাৰা সন্মান হানিৰ যোগ, বিদ্যার্থীৰ বাবে দিনটো শুভ ফলদায়ক।

বৃশ্চিকঃ চাকৰিৰ ক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব, ব্যৱসায়-বাণিজ্যত শুভ। দিনটোত আয় উপেক্ষা, ব্যয়ৰ মাত্রা বৃদ্ধি পাবা নিবনুৱা জাতক-জাতিকাই চেষ্টাৰ ফল পাব, গুপ্ত শত্রু সম্পর্কে সতর্কতা অৱলম্বন কৰিব। শাৰীৰিক দিশত চিন্তাৰ কাৰণ আছে। বিদ্যার্থীৰ মধ্যম ফল।

ধনুঃ কর্মক্ষেত্রত সাফল্য লাভা ব্যৱসায়-বাণিজ্যৰ মাধ্যমত আর্থিক উন্নতিৰ যোগ। দাম্পত্যত শান্তি বজাই থাকিব। শৰীৰ- স্বাস্থ্য বিশেষ ভাল নাযাবা কোনোবাই অযথা শত্রুতা কৰিব পাৰে৷ দিনটোত পৰিশ্ৰমৰ তুলনাত ফল নাপাবা উচ্চ বিদ্যার্থীৰ উন্নতিৰ যোগ ৷

মকৰঃ পাৰিবাৰিক অশান্তিৰ কাৰণে দৈনিক কৰ্মত বাধা। নিজৰ ভুলৰ কাৰণে বিপদত পৰিব পাৰো অযথা চিন্তাৰ ফলত শৰীৰৰ ক্ষতি হ’ব পাৰে। বিভিন্ন ধৰণৰ পেচাৰ লগত জড়িত ব্যক্তিসকলৰ উন্নতিৰ যোগ৷ প্ৰেম আৰু দাম্পত্যত অশান্তি বৃদ্ধি পাব।

কুম্ভঃ পাৰিবাৰিক ক্ষেত্রত শান্তি বজাই থাকিব। আর্থিক ক্ষেত্রত আশা কৰা মতে ফল নাপাব। পুৰণি সমস্যাৰ সমাধান হ’ব পাৰো গোপন শত্রু সম্পর্কে সতর্ক থাকিব৷ উচ্চ ৰক্তচাপজনিত ৰোগীসকলে সতর্কতা অৱলম্বন কৰিব। ব্যৱসায়ত শুভা বিদ্যার্থীৰ মধ্যম ফল।

মীনঃ কর্মক্ষেত্রত মধ্যম ফলদায়ক। বিশেষ কাৰণে কিছু অৰ্থ ঋণ কৰিব লগা হ’ব পাৰে৷ ব্যৱসায়-বাণিজ্যত মধ্যম ফল। সন্তানৰ বিদ্যাৰ কাৰণে পিতৃ-মাতৃৰ চিন্তা, প্ৰেম আৰু দাম্পত্যত কাজিয়া-পেচালৰ সম্ভাৱনা