Local, Vocal, Global

Road accident in Nagaon: যাত্ৰীবাহী বাছে ভাঙিলে পথৰ দাঁতিত থকা দোকান

নগাঁও,২ফেব্ৰুৱাৰী : নগাঁৱৰ গোমোঠাগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা।

যাত্ৰীবাহী বাছে ভাঙিলে পথৰ দাঁতিত থকা দোকান(Road accident in Nagaon)।

অৰুণাচলৰ ৰয়িঙৰ পৰা গুৱাহাটী অভিমুখী আছিল বাছখন।

দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে যাত্ৰীসকলৰ।

চালকৰ টোপনিৰ বাবে সংঘটিত হয় দুৰ্ঘটনাটো।

লগতে পঢ়ক :Ganesh Puja :আজি গণেশ পূজা;ৰাজ্যৰ ভিন্ন প্ৰান্তৰ গণেশ মন্দিৰত ভক্তৰ ভিৰ