Daily Horoscope for 2nd February: কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ: আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া । শৰীৰ কিছু দুৰ্বল অনুভৱ কৰিব৷ প্ৰেমত শুভ।
বৃষ: আজি আপোনাৰ খৰচ বৃদ্ধি পাব পাৰে। ব্যৱসায়ত সুফল লাভ কৰিব।
মিথুন : আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া ৷ স্বাস্থ্য ভালে থাকিব ।খৰচ বৃদ্ধি পাব পাৰে।
কৰ্কট : আনৰ প্ৰতি দয়া মমতা বাঢ়িব৷ কামত সাৱধানতা অৱলম্বন কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিয়াতো দৰকাৰ।
সিংহ: শৈক্ষিক দিশত সুনাম বৃদ্ধি পাব। সকলো কাম সহজে হৈ উঠিব। বিবাহিত লোকৰ বাবে আজিৰ দিনটো শুভ।
কন্যা : আজিৰ দিনটো আপুনি সাহিত্য-সংস্কৃতিত শুভ ফল লাভ কৰিব। বিদ্যাৰ্থীৰ বাবে আজিৰ দিনটো অত্যন্ত ভাল।
তুলা : আজিৰ দিনটোত আপোনাৰ বাবে মধ্যমীয়া ৷ দাম্পত্য জীৱনত সুখ-শান্তি প্ৰৱল সম্ভৱনা। স্বাস্থ্য ভালে থাকিব ।খৰচ বৃদ্ধি পাব পাৰে।
বৃশ্চিক : আজি দিনটোত আপুনি যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পূৰ্বে সাৱধান হওক। প্ৰেমত শুভ।
ধনু : ব্যৱসায়িক দিশত আজিৰ দিনটো আপোনাৰ বাবে বৰ ভাল। স্বাস্থ্য উত্তম হৈ থাকিব৷ প্ৰেমত শুভ।
মকৰ : আজি দিনটোত আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব। নিজৰ মানসিকস্থিতিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব। মনোবল বৃদ্ধি পাব৷
কুম্ভ : কোনো সুসংবাদ লাভ কৰিব। শিক্ষাৰ্থীয়ে সফলতা লাভ কৰিব৷ খৰচ বৃদ্ধি হ’ব পাৰে।
মীন : আজি আপুনি ব্যৱসায়ত উন্নত ফল লাভ কৰিবলৈ সক্ষম হ’ব। বিদ্যাত শুভফল লাভ কৰিব। কৰ্মস্পৃহা বৃদ্ধি পাব।