Local, Vocal, Global

Sonari News: সোণাৰিত জিলা পৰ্যায়ৰ খেল মহাৰণ ২.০ শুভাৰম্ভ

সোণাৰি,১ফেব্ৰুৱাৰী : চৰাইদেউ জিলাৰ জিলা পৰ্যায়ৰ খেল মহাৰণ ২.০ আজিৰে পৰা আৰম্ভ হৈছে।

সোণাৰি ৰাজহুৱা খেলপথাৰত এই উপলক্ষে আজি পুৱা আয়োজিত উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা জিলা আয়ুক্ত ডাঃ নেহা যাদৱে আনুষ্ঠানিক ভাৱে ক্ৰীড়া সমাৰোহখন উদ্বোধন কৰে। অনুষ্ঠানত উপস্থিত থকা অন্যান্য অতিথি সকলক সম্বৰ্ধনা জনোৱা হয়(Sonari News)।

লগতে পঢ়ক :Sensational incident:চামগুৰিৰ কঁঠালগুৰিত ধৰ্ষণৰ জঘন্য কাণ্ড