Local, Vocal, Global

Chapar Dacoity:চাপৰ-শালকোচা আৰক্ষীৰ জালত ডকাইত

চাপৰ,৩০জানুৱাৰী : চাপৰ-শালকোচা আৰক্ষীৰ জালত ডকাইত।

দক্ষিণ শালমাৰাৰ পৰা বুধবাৰে নিশা শালকোচা আৰক্ষীয়ে আটক কৰে ডকাইটোক।

চাপৰ শালকোচা হাৰকাটাত বিগত বৰ্ষৰ ১৮ নৱেম্বৰ তাৰিখে সংঘটিত হৈছিল ডকাইতি কাণ্ড। ময়নাল হকৰ ঘৰত পাতি লোৱা ভায়েকে নিচাজাতীয় দ্ৰব্য খুৱাই সংঘটিত কৰিছিল ডকাইতি।
শালকোচা আৰক্ষী চকীত ভুক্তভোগীয়ে দাখিল কৰিছিলএজাহাৰ(Chapar Dacoity)।

অৱশেষত প্ৰায় দুই মাহৰ পিছত আৰক্ষীৰ জালত ডকাইতি কাণ্ড সংঘটিত কৰা মূল মাষ্টাৰ মাইণ্ড। আটক ডকাইতটো ৰহিম বাদশ্বা বুলি জানিব পৰা গৈছে।দক্ষিণ শালমাৰাৰ পৰা অভিযান চলাই আটক কৰে ডকাইটোক।

উক্ত ডকাইতি কাণ্ড সংঘটিত কৰা আনজন ডকাইত এতিয়াও পলাতক।

লগতে পঢ়ক :Road accident in Bilasipara: বাইক আৰু ই-ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষ