Local, Vocal, Global

Jorhat News:যোৰহাট মেডিকেল কলেজত চাইকেল চোৰৰ তাণ্ডৱ

যোৰহাট,২৯জানুৱাৰী : যোৰহাট মেডিকেল কলেজত চাইকেল চোৰৰ তাণ্ডৱ।

৪৫ দিনৰ ভিতৰত চাৰিখনকৈ মটৰচাইকেল চুৰি যোৰহাট মেডিকেল কলেজৰ চৌহদটোৰ পৰা।

চাইকেল চুৰিক লৈ সচেতন ৰাইজৰ প্ৰতিক্ৰিয়া(Jorhat News)।

যোৰহাট মেডিকেল কলেজৰ চৌহদত থকা চিচি কেমেৰা বিকল নেকি ?

চিচি কেমেৰাত আবদ্ধ নহয় নেকি চোৰৰ চুৰি কাণ্ড দৃশ্য?

লগতে পঢ়ক :Heated fight over parking vehicles on gmch:GMCHৰ চৌহদত বাহন পাৰ্কিং কৰাক লৈ প্ৰচণ্ড মাৰপিট