Local, Vocal, Global

Heated situation:হাজোৰ কোৱাৰপুৰৰ কৰিবিলত উত্তপ্ত পৰিস্থিতি

হাজো,২৯জানুৱাৰী : হাজোৰ কোৱাৰপুৰৰ কৰিবিলত উত্তপ্ত পৰিস্থিতি

এডৰা ভূমিক লৈ দুই পক্ষৰ মাজত সংঘাত।

দুই পক্ষৰ মাজৰ সৃষ্টি হয় তীব্ৰ উত্তেজনা(Heated situation)।

আৰ্চাদ আলী নামৰ এগৰাকী ব্যক্তিৰ ভূমি কেইগৰাকীমান ভূ-মাফিয়াই দখল কৰাৰ অভিযোগ।

চৰকাৰী ভূমিত ভূ-মাফিয়াই সন্দেহজনক নাগৰিকক সংস্থাপন দিয়াৰ অভিযোগ।

আৰ্চাদ আলীক ভূ-মাফিয়া আৱাল,জইনুউদ্দীন,জলিল,মমিন,ৰচিদ আৰু ছালামে প্ৰাণে মৰাৰ চেষ্টা কৰাৰ অভিযোগ।

ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।

লগতে পঢ়ক :Drugs peddler arrested along with drugs:মানকাচৰত বুজন পৰিমাণৰ নিচাজাতীয় কেপচুলসহ সৰবৰাহকাৰী আটক