Old Man Killed In Rhino Attack:কাজিৰঙাৰত গঁড়ৰ আক্ৰমণত মৃত্যু এজনৰ;প্ৰাতঃভ্ৰমণলৈ যাওঁতে গঁড়ে আক্ৰমণ কৰে লোকজনক

নিউজ ডেস্ক,২৮জানুৱাৰী : মঙলবাৰে কাজিৰঙাৰত সংঘটিত হয় ভয়ংকৰ ঘটনা।
পুনৰ গঁড়ৰ আক্ৰমণত এজনৰ মৃত্যু(Old Man Killed In Rhino Attack)।
মৃত লোকজন ৫৬ বছৰীয়া বিক্ৰম লোহাৰ বুলি জানিব পৰা গৈছে।
প্ৰাতঃভ্ৰমণলৈ যাওঁতে গঁড়ে আক্ৰমণ কৰে লোকজনক।
কাজিৰঙাৰ হাতীখুলি হালধিবাৰীৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ এনিমেল কৰিড’ৰত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো।
লগতে পঢ়ক:Bathou Puja 2025: আজি বড়ো সম্প্ৰদায়ৰ লোকসকলৰ বাথৌ পূজা