Local, Vocal, Global

Robbers attacked the woman: কাহিলীপুৱাই মহিলাক আক্ৰমণ কৰি দুৰ্বৃত্তই লুটি নিলে টকাৰ বেগ

নিউজ ডেস্ক,২৮জানুৱাৰী : গুৱাহাটী মহানগৰীৰ বনফুল নগৰত চাঞ্চল্যকৰ ডকাইতি কাণ্ড।

কাহিলীপুৱাই মহিলাক আক্ৰমণ কৰি দুৰ্বৃত্তই লুটি নিলে টকাৰ বেগ।

দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত মহিলা(Robbers attacked the woman)।

গুৰুতৰভাৱে আহত মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি ।

ঘটনা সংঘটিত কৰিয়েই বিজুলীগতিত পলায়ন কৰে ডকাইতৰ দলে।

বৰ্তমানলৈ কোনো শুংসূত্ৰ লাভ কৰা নাই ডকাইত গেঙৰ বাহনৰ।

লগতে পঢ়ক :Jorhat News : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনত লক্ষাধিক ভকত বৈষ্ণৱক আদৰিবলৈ পূৰ্ণ প্ৰস্তুতি