Harmeet Singh Takes Over as Interim DGP : হৰমীত সিঙক ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব

নিউজ ডেস্ক,২৭জানুৱাৰী : হৰমীত সিঙক ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব।
বিশেষ সঞ্চালক প্ৰধান হৰমীত সিঙক DGPৰ দায়িত্ব গৃহ বিভাগৰ( Harmeet Singh Takes Over as Interim DGP)।
বুধবাৰে বিশেষ সঞ্চালক প্ৰধানৰ দায়িত্ব গ্ৰহণ কৰাৰ সম্ভাৱনা হৰমীতে সিঙে। ১৯৯২ বৰ্ষৰ অসম-মেঘালয় কেদাৰ IPS বিষয়া হৰমীত সিং।
১৯৯৮ত অসমৰ পৰা ডেপ্যুটেচন লৈ দিল্লীলৈ গৈছিল হৰমীত সিং। ডেপ্যুটেচ্যনত গৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত যোগদান কৰিছিল হৰমীত সিঙে।
ইণ্টালিয়েজেন্স ব্যুৰ’ত দীৰ্ঘদিন কাৰ্যনিৰ্বাহ কৰিছিল IPS বিষয়াগৰাকী।
২০১৭ত পুনৰ অসমলৈ ঘূৰি আহিছিল জ্যেষ্ঠ IPS বিষয়াগৰাকী। ২০২১ত প্ৰায় ডেৰ বছৰ কাল গুৱাহাটীত আৰক্ষী আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ।