Me-Dam-Me-Phi :চতিয়াৰ মূলা গাভৰু মৈদাম আৰু মে-ডাম-মে-ফি
চতিয়া,২৭জানুৱাৰী : চতিয়াৰ মূলা গাভৰু মৈদাম আৰু মে-ডাম-মে-ফি ৷
১৫৩২ চনত হোৱা ডিকৰাই মূখৰ ৰণত তৰ্ব্বকৰ লগত যুজি প্ৰাণ হেৰুওৱা বিৰংগনা মূলা গাভৰুৰৰ সমাধি ক্ষেত্ৰ আছে চতিয়াৰ চলাহোলাত(Me-Dam-Me-Phi) ৷
এই সমাধি ক্ষেত্ৰতেই অহা ৩১ তাৰিখে কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ’ব আহোম সকলৰ পবিত্ৰ মেডাম মে ফি৷ ইয়াক লৈ এতিয়া তংগত তুলিছে প্ৰস্তুতি ৷ সকলো আয়োজন ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে আয়োজক কমিটিয়ে ৷