Local, Vocal, Global

Fake gold dealer detained: গোগামুখত নকল সোণৰ বেপাৰী আটক

নিউজ ডেস্ক,২৭জানুৱাৰী : গোগামুখত নকল সোণৰ বেপাৰী আটক(Fake gold dealer detained)।

দেওবাৰে নিশা সৰবৰাহকাৰীজনক আটক গোগামুখ আৰক্ষীৰ(Fake gold dealer detained in Gogamukh)।

আটকাধীন লোকজন জোনাইৰ দিপক বড়ো বুলি চিনাক্ত।

লোকজনৰ পৰা জব্দ ৭ কেজি ৫০০ গ্ৰাম নকল সোণ।

আৰক্ষীৰ তদন্ত অব্যাহত।

লগতে পঢ়ক :Son Brutally Killed Father : পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ