Dead Body Found in Dibrugarh: ডিব্ৰুগড়ত ৰহস্যজনকভাৱে উদ্ধাৰ ৰাজস্থানৰ লোকৰ মৃতদেহ
নিউজ ডেস্ক,২৭জানুৱাৰী : ডিব্ৰুগড়ৰ পোষ্টেল কলনীৰ B ব্লকত ৰহস্যজনক ঘটনা।
ৰহস্যজনক অৱস্থাত উদ্ধাৰ এজন লোকৰ মৃতদেহ(Dead Body Found in Dibrugarh)।
মৃতলোকজন ৰাজস্থানৰ তিলক চন্দ্ৰ বাসুৱাল বুলি চিনাক্ত।
জানিব পৰা মতে মৃত তিলক চন্দ্ৰ বাসুৱাল ডাক বিভাগৰ কৰ্মচাৰী আছিল।
লগতে পঢ়ক :Pension Scheme:গণৰাজ্য দিৱসৰ দিনাই চৰকাৰী কৰ্মচাৰীলৈ এক নতুন পেঞ্চন নীতি ঘোষণা মুখ্যমন্ত্ৰীৰ