Nalbari News:অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ ফোপোলা স্বৰূপ

নলবাৰী,২৬জানুৱাৰী : বৰক্ষেত্ৰীৰ চতেমাৰীত অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ ফোপোলা স্বৰূপ।
বিভাগীয় হেমাহিৰ ফলত জহি-খহি যোৱাৰ উপক্ৰম ৪২/৪৩ টাকৈ যন্ত্ৰচালিত মেচিন(Nalbari News)।
নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ এনেধৰণৰ শাখা কাৰ্যালয়সমূহত কৰ্মৰত প্ৰায় ১০/১২ জনকৈ চৰকাৰী কৰ্মচাৰী।
বছৰৰ পৰা বছৰ ধৰি অপচয় বৃহৎ চৰকাৰী ধনৰ।
লগতে পঢ়ক :Laden died of electrocuted: শোণিতপুৰ ৰঙাপৰাৰ নিউ আদাবাৰী চাহ বাগিচাত লাডেনৰ মৃত্যু