Local, Vocal, Global

Sipajhar News : দৰং জিলা শালৈ সন্মিলনীৰ ৮৩-৮৪সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনৰ আজি অন্তিম দিন

ছিপাঝাৰ,২৫জানুৱাৰী : দৰং জিলা শালৈ সন্মিলনীৰ ৮৩-৮৪সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনৰ আজি অন্তিম দিন

তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ছিপাঝাৰৰ দুৱাহাটীত অনুষ্ঠিত হৈছিল দৰং শালৈ সন্মিলনীৰ

ৰাতিপুৱা সন্মিলনীৰ মূল পতাকা উত্তোলন, স্মৃতি তৰ্পণৰ পিছতে অনুষ্ঠিত হয় বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্রা

সাংস্কৃতিক শোভাযাত্রাত বিভিন্ন কৃষ্টি-সংস্কৃতি দলে অংশ গ্ৰহণ কৰে(Sipajhar News)।

দুপৰীয়া অনুষ্ঠিত হয় মুকলি সভা, মুকলি সভাত কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে।

নিশালৈ অনুষ্ঠিত হ’ব সাংস্কৃতিক অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠানৰ পিছতে দৰং শালৈ সন্মিলনীৰ সামৰণি পৰিব।

লগতে পঢ়ক :Be careful if you are looking to purchase a new motorcycle : আপুনি নতুন মটৰ চাইকেল ক্ৰয় কৰিব বিচাৰিছে যদি সাৱধান !