Local, Vocal, Global

Nalbari News: নলবাৰী জিলাৰ কাপলাবড়ীত চাঞ্চল্যকৰ ঘটনা

নলবাৰী,২৫জানুৱাৰী : নলবাৰী জিলাৰ কাপলাবড়ীত চাঞ্চল্যকৰ ঘটনা।

এঘাৰ হেজাৰ কেভিৰ বিদ্যুৎ তাৰত লাগি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বনপুৰা গাঁওৰ কায়ম আলী নামৰ এজন শ্ৰমিক।

বিদ্যুৎ কৰ্তন নকৰাকৈ কৰি আছিল টিনপাটৰ সলনি(Nalbari News)।

জানিব পৰা মতে, পুৰণি দোকান গৃহ মেৰামতি কৰি আছিল অঞ্চলটোত। তিনি চাৰিদিন ধৰি অঞ্চলটোত কৰি আছিল কামখিনি। তিনি চাৰি ফুট ওপৰত আছিল উন্মুক্ত তাৰ। বিদ্যুৎ বিভাগ আৰু ঘৰৰ মালিকক দোষাৰোপ স্থানীয় লোকৰ।

লগতে পঢ়ক :Republic Day 2025: নগাঁৱত ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি তুংগত