Local, Vocal, Global

Road accident in Dergaon :দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ;নিহত এজন,আহত দুজন

দেৰগাঁও,২৫জানুৱাৰী : নিশা দেৰগাঁৱত শোকাৱহ দুৰ্ঘটনা৷

নাৰিকলগুৰি পেট্ৰ’ল পাম্পৰ সমীপত সংঘটিত হয় দুৰ্ঘটনাটো৷

দুখন বাইকৰ মাজত সংঘৰ্ষ(Road accident in Dergaon)।

ফলত নিহত এজন বাইক আৰোহী,আহত ২জন

নিহত বাইক আৰোহীজন ৰাংঢালীৰ পাৰ্থ দাস বুলি জানিব পৰা গৈছে।

গুৰুতৰ ভাবে আহত হোৱা আন দুজন যুৱকক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে দেৰগাঁও আৰক্ষীৰ লগতে স্থানীয় ৰাইজে।

লগতে পঢ়ক :Tragic road accident in Golaghat: দুৰ্ঘটনাত পতিত হ’ল বিবাহযাত্ৰী বাহন;আহত ৬জন