Illegal gambling: ডিব্ৰুগড় মহানগৰৰ মাজ মজিয়াত বৃহৎ জুৱাৰ সাম্ৰাজ্য
ডিব্ৰুগড়,২১জানুৱাৰী : ডিব্ৰুগড় মহানগৰৰ মাজ মজিয়াত বৃহৎ জুৱাৰ সাম্ৰাজ্য(Illegal gambling)।
চহৰৰ মাজ মজিয়াত দীৰ্ঘ দিনৰে পৰা চলি আহিছে জুৱাৰ সাম্ৰাজ্য।
ডিব্ৰুগড় মহানগৰৰ পাঁচ আলি বাবুৱা মিলত ডিব্ৰুগড় আৰক্ষীৰ অভিযান(Illegal gambling thrives at Dibrugarh despite court ban)।
অভিযানত উচ্ছেদ বিশাল জুৱা সাম্ৰাজ্য।
ডিব্ৰুগড় সদৰ থানা আৰক্ষী বিষয়া স্বপনা বৰুৱা আৰু ভাস্কৰ খনিকৰৰ নেতৃত্বত চলাইছিল অভিযান।
অভিযানত আটক তিনি কুখ্যাত জুৱাৰী।
জোৱাৰী লগতে বৃহৎ পৰিমাণৰ ভিন্ন আপত্তি জনক নথি পত্ৰ জব্দ।
লগতে পঢ়ক :Sivasagar News: ঐতিহাসিক শিৱসাগৰত অনুষ্ঠিত হ’ব সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা