Local, Vocal, Global

Sivasagar News: ঐতিহাসিক শিৱসাগৰত অনুষ্ঠিত হ’ব সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা

শিৱসাগৰ,২১জানুৱাৰী : ২৭ আৰু ২৮ জানুৱাৰীত ঐতিহাসিক শিৱসাগৰত অনুষ্ঠিত হ’ব সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা ।

সমাগম ঘটিব ১০হাজাৰতকৈ অধিক ছাত্ৰ সন্থাৰ কৰ্মী(Sivasagar News)।

সভাৰ বাবে দিনে নিশাই চলিছে প্ৰস্তুতি।

আপ্যায়ন কৰিব বাবে শিৱসাগৰ সন্মিলিত নাৰী সমাজে প্ৰস্তুত কৰিছে দহ হাজাৰ তিল পিঠা আৰু মিঠৈ।

লগতে পঢ়ক :Chhattisgarh: মাওবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ; সংঘৰ্ষত নিহত ১৪জনকৈ মাওবাদী