Minister Jogen Mohan: এইবাৰ গায়ক ৰূপত দেখা পোৱা গ’ল মন্ত্ৰী যোগেন মোহনক
নিউজ ডেস্ক,২১জানুৱাৰী : এইবাৰ গায়ক ৰূপত দেখা পোৱা গ’ল মন্ত্ৰী যোগেন মোহনক।
সোমবাৰে নিশা কেবিনেট মন্ত্ৰী গৰাকীৰ গৃহ সমষ্টি মাহমৰাৰ দিচাংপানীত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি বিহু গালে মন্ত্ৰী যোগেন মোহনে(Minister Jogen Mohan)।
লগতে পঢ়ক :Minister Jogen Mohan: ৰাজপথত অভিযানত নামিল মন্ত্ৰী যোগেন মোহন