Bongaigaon road accident : ভয়ংকৰ! চাৰিচকীয়া বাহন,টেম্পো আৰু স্কুটাৰ মাজত সংঘৰ্ষ
বঙাইগাঁও,২০জানুৱাৰী : বঙাইগাঁও চহৰৰ বিজি কলনীত ভয়ংকৰ পথ দুৰ্ঘটনা ।
বিজি কলনীত চাৰিচকীয়া বাহন,টেম্পো আৰু স্কুটাৰ মাজত সংঘৰ্ষ।ফলত দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ৫ জন লোক।
দুৰ্ঘটনাগ্ৰস্ত চাৰিচকীয়া বাহনখনৰ নম্বৰ AS 17 7796 আৰু স্কুটাৰ খনৰ নম্বৰ AS19 7990(Road Accident in Bongaigaon)।
ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে উত্তেজিত জনতাই দূৰ্ঘটনাগ্ৰস্ত হোৱা চাৰিচকীয়া বাহন খন পেলাই দিয়ে নালাত ।
লগতে পঢ়ক :Jamugurihat Protest :মদ,ভাং,জুৱা খেল বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সহস্ৰাধিক মহিলাৰ