Local, Vocal, Global

Elephants Smuggled of to Gujarat: অসমৰ ৰাজপথেদি গুজৰাটলৈ হাতী সৰবৰাহ

ডুমডুমা,১৯জানুৱাৰী : অৰুণাচল প্ৰদেশৰ পৰা অসমৰ ৰাজপথেদি গুজৰাটলৈ সৰবৰাহ হাতী ৷

নিশা প্ৰায় ১২ বজাত অসম অৰণাচল সীমান্তৰ ডিৰাক গেট অতিক্ৰম কৰি সৰবৰাহ হৈছে হাতী ভৰ্তি বাহন(Elephants Smuggled of to Gujarat) ৷

লগতে পঢ়ক :Dhemaji News : ধেমাজিত দ্বিতীয় বাৰ্ষিক মাঘী উৎসৱ